বাৰ্তা:তীৰ্থনাথ শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰবন্ধটিত তীৰ্থনাথ শৰ্মা দেৱৰ জন্মৰ স্থান শিৱসাগৰ জিলাৰ জৰাবাৰী বামুন গাঁও বুলি উল্লেখ কৰা হৈছে। কিন্তু মোৰ হাতত থকা কিতাপ ত্ৰিদিপ গোস্বামী দেৱপদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ ত তেওঁৰ জন্মস্থান এৰাবাৰী (দ-জাঁজীৰ অন্তৰ্গত) বুলি উল্লেখ আছে। কোনটো সত্য সেইটো অলপ চাই নিৰ্নয় কৰি উল্লেখ কৰিলে ভাল হৱ। এজন মানুহৰ দুটা ভিন ভিন তথ্য দেখা গলে পঢ়ুৱৈ সমাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ কথা নুই কৰিব নোৱাৰি। গতিকে বিষয় টো গুৰুত্ব দিব বুলি আশা কৰিলো। সদস্য বাৰ্তাঃ- নিতুল বৰা