সমললৈ যাওক

বাৰ্তা:ত্ৰিভুজ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰৱন্ধ জ্যামিতিত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাব দিছে, মোৰ মতে তাৰ কোনো প্ৰয়োজন নাই ত্ৰিভুজৰ নিজা এক বৃস্তিত ভূমিকা আছে জ্যামিতিত দীপাংকৰ চেতিয়া বাৰ্তা 14:31, 14 ফেব্ৰুৱাৰী 2012 (UTC)

ধেত্‌ কোনোবাই ভুলতে দিলে চাগে ! "জ্যামিতি" শ্ৰেণীতহে অন্তৰ্ভুক্ত হ'ব (হ'লেই), বাকী 'জ্যামিতি' প্ৰবন্ধটোত চমুকৈ ত্ৰিভুজৰ কথা লিখাই আছে। Gitartha.bordoloi 14:36, 14 ফেব্ৰুৱাৰী 2012 (UTC)

ত্ৰিভুজৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক