বাৰ্তা:দিনপঞ্জী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"কেলেণ্ডাৰ" আৰু "পঞ্জিকা" সমাৰ্থক নহয়। পঞ্জিকাই ক্ষণ, নক্ষত্ৰ বা আন জ্যোতিষ গণনা থকা পুথি বুজায় (ইং- Almanac। কেলেণ্ডাৰত দিন-বাৰৰ তথ্যহে থাকে। আধুনিক অসমীয়া অভিধানত কেলেণ্ডাৰক "সংক্ষিপ্ত পঞ্জিকা" বুলিও লিখিছে। গীতাৰ্থ বৰদলৈ 16:48, 29 ফেব্ৰুৱাৰী 2012 (UTC)

ইণ্টাৰৱিকিৰ লিংকবোৰৰ আলম লৈ চালে বাংলাত পঞ্জিকা বুলিয়েই লিখা আছে দেখোন| আনহাতে শব্দ অভিধানৰ মতে দিনপঞ্জী হ’ব লাগে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:10, 29 ফেব্ৰুৱাৰী 2012 (UTC)