বাৰ্তা:দ্যা আছাম ট্ৰিবিউন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়াত the-শব্দটো 'দা' এনেকৈ লিখিব লাগে বুলি ভাৱো৷ 'দ্য' - এইটো বাংলা শৈলী৷ তদোপৰি অসমীয়াত 'চ' আৰু 'ছ'-ৰ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ গতিকে এই প্ৰবন্ধৰ শিৰুনামা এনে হোৱা উচিত - দা আচাম ট্ৰিবিউন ৷ বিক্ৰম৯৮ 02:47, 11 ডিচেম্বৰ 2013 (UTC)

দ্য/দ্যা[সম্পাদনা কৰক]

@Anshuman.jrt: এই আলোচনাটো চাবচোন। --ন্দন চিৰিং ফুকন 18:15, 29 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]