বাৰ্তা:নাহিদ আফৰীন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সদস্য:Rockteem Bhattachjree-এ এই প্ৰবন্ধটো সৃষ্টি কৰিছিল। উন্নতমানৰ নোহোৱা বাবে ইয়াত "ডিলীট" টেগ লগাই দিয়া হৈছিল। ইয়াৰ পাচত প্ৰবন্ধটো ভাল কৰিবলৈ কেইবাজনেও পৰামৰ্শ দিয়া সত্বেও তেওঁ একো নকৰাকৈয়ে "ডিলীট" টেগটো আতৰাই দি্ছে। ইয়াৰ উপৰিও তেখেতে "ভেণ্ডেলিজম" বুলিব পৰা কাম কেইবাটাও কৰিছে।

এই সদস্যজন পুনৰ এনে কামত লিপ্ত হ'লে বা প্ৰবন্ধটো ভালকৈ নিলিখাকৈ "ডিলীট" টেগ উঠাই দিলে তেওঁৰ একাউন্টটো ব্লক কৰা হ'ব পাৰে।

প্রভাকৰ শৰ্মা নেওগ (talk) 22:33, 4 September 2015 (UTC)