বাৰ্তা:পতংগৰ অনুকাৰিতা আৰু ছদ্মাবৰণ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


এই ইংৰাজী প্ৰবন্ধটো আন্তঃৱিকি সংযোগৰূপে ৰাখিব পৰা যায়নে?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:16, 5 এপ্ৰিল 2012 (UTC) RNBK আন্তঃৱিকি সংযোগৰূপে ৰাখিব পৰা যায়

বাঘ সদৃশ পতংগৰ ছবি[সম্পাদনা কৰক]

বাঘ সদৃশ পতংগৰ ছবিখন গুচাই দিয়া হৈছে। সেইখন http://mistyhorizon2003.hubpages.com/hub/When-Graphic-Artists-Get-Bored-Look-What-They-Create http://www.dvo.com/newsletter/monthly/2005/may/jest4.html এই দুটা লিংকত ধেমালিতে বনোৱা বুলি ছবি বুলিহে উল্লেখ আছে।উদ্দীপতালুকদাৰ (talk) 13:16, 6 এপ্ৰিল 2012 (UTC)

RNBK: ধন্যবাদ উদ্দীপতালুকদাৰ। ব'ৰ হোৱা গ্রাফিক আৰ্টিষ্টে মোক এপ্রিল ফুল দিছিলেই

RNBK: বৈজ্ঞানিক নামখিনি ইটালিক কৰি দিলোঁ

প্ৰবন্ধৰ নামকৰণ[সম্পাদনা কৰক]

Prabhakar Sarma Neog: বিষয়টো বৰ জটিল হ'ল। আচলতে মই ভাবোঁ যে বিষয়টো অকল "প্রাণীৰ ছদ্মাবৰণ" হ'ব লাগে, কাৰণ অনুকাৰিতা বা শব্দ অভিধানত দিয়া মতে অনুকৃতি দিলে মানুহে কিজানি বুজিবলৈ অসুবিধা পাব। মই আৰু তথ্য গোটাবলৈ যত্ন কৰি আছোঁ। Rudra Narayan Borkakati মতামত দিয়কচোন। প্রবন্ধটো কিন্তু ভাল হৈছে।

Prabhakar Sarma Neog হয় Anjal, পৰিব, অক্টোপাচ বা চেমেলিয়ন আদিয়ে ৰং সলনি কৰি প্রাকৃতিক পৰিবেশৰ লগত মিলি যাব পাৰে। ইফালে কিছুমান মাছে জিভাখন টোপৰ আকৃতিত প্রদৰ্শন কৰি সৰু মাছ আকৰ্ষণ কৰি খায়। কিন্তু প্রবন্ধটোৰ নাম "প্রাণীৰ ছদ্মাবৰণ" কৰাৰ ক্ষেত্রত তোমাৰ মতামত কি?


Babul Baishya ইংৰাজী প্ৰবন্ধটোৰ শিৰোনাম Mimicry. হিন্দীত अनुहरण। সেই হিচাপত অসমীয়াত অনুকাৰিতাটোৱে উপযুক্ত হব লাগে। প্রাণীৰ ছদ্মাবৰণ শব্দটো সৰল যদিও ই প্ৰবন্ধটোৰ বিষয়বস্তুক সঠিকভাৱে প্ৰতিনিধিত্ব নকৰিব।

পতংগৰ অনুকাৰিতা শুদ্ধ । মই পতংগক কেন্দ্র কৰিহে লিখিছিলোঁ| Rudra Narayan Borkakati
অকল “অনুকাৰিতা” বুলি আন এটা লেখা লিখি “পতংগৰ অনুকাৰিতা”ক লিংক কৰিব পাৰি। অনুকাৰিতা বহুত প্রাণীয়ে প্রদৰ্শণ কৰে যদিও ইয়াত,মই পতংগক কেন্দ্র কৰিহে লিখিছিলোঁ| Rudra Narayan Borkakati

“পতংগৰ অনুকাৰিতা আৰু ছদ্মাবৰণ”য়েই সঠিক হ’ব নেকি ? Rudra Narayan Borkakati


মোৰ মতে আপুনি যি ভাল দেখিছে কৰক| প্ৰভাকৰ দায়েও আপোনালৈকে এই দায়িত্ব থৈ দিছে (ওপৰত)| যদি নাম সলনি কৰিব লাগে ময়ে কৰি দিব পাৰিম|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:38, 6 এপ্ৰিল 2012 (UTC)

“পতংগৰ অনুকাৰিতা আৰু ছদ্মাবৰণ”কৰি দিয়ক Rudra Narayan Borkakati

ভাল বাৰু| কৰিম|  বিষ্ণু শ‍ইকীয়াবাৰ্তা
 কৰা হ'ল  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:45, 6 এপ্ৰিল 2012 (UTC)

ধন্যবাদ, মই আৰু কিছু তথ্য সংযোজনৰ যত্ন কৰিম Rudra Narayan Borkakati

পৃষ্ঠাটো এতিয়া ভাল হৈছে| ওপৰত Spilt Tag টো কিয় লগাই থৈছে বাৰু| প্ৰয়োজন আছেনে? নাই যদি আতৰাই দিয়াই ভাল হ’ব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:23, 7 এপ্ৰিল 2012 (UTC)

Spilt Tag টো আতৰাই দিয়ক RNBK

 কৰা হ'ল  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:27, 7 এপ্ৰিল 2012 (UTC)