বাৰ্তা:পোহৰ নিৰ্গতক ডায়'ড

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • "উলিওৱা" শব্দটোৰ সলনি "নিৰ্গত কৰা" শব্দটো ব্যৱহাৰ কৰিব পাৰি নেকি ? - দিব্য দত্ত
নিৰ্গত শব্দটোৱেই সঠিক হ’ব| বিষ্ণু শইকীয়া 13:31, 30 অক্টোবৰ 2014 (UTC)

হয়টো কেৱল নীলা পোহৰ সৃ্ষ্টি কৰিব পৰা LED উদ্ভাৱন কৰিহে নোবেল বঁটা পাইছে। ৰঙা আৰু সেউজীয়া LED আগতেই উলাইছিল। JBDVIJASDVI (talk) 17:42, 30 অক্টোবৰ 2014 (UTC)