বাৰ্তা:পোহৰ নিৰ্গতক ডায়'ড
(বাৰ্তা:পোহৰ নিৰ্গত ডায়'ডৰ পৰা পুনঃনিৰ্দেশিত)
- "উলিওৱা" শব্দটোৰ সলনি "নিৰ্গত কৰা" শব্দটো ব্যৱহাৰ কৰিব পাৰি নেকি ? - দিব্য দত্ত
- নিৰ্গত শব্দটোৱেই সঠিক হ’ব| বিষ্ণু শইকীয়া⇒✉ 13:31, 30 অক্টোবৰ 2014 (UTC)
হয়টো কেৱল নীলা পোহৰ সৃ্ষ্টি কৰিব পৰা LED উদ্ভাৱন কৰিহে নোবেল বঁটা পাইছে। ৰঙা আৰু সেউজীয়া LED আগতেই উলাইছিল। JBDVIJASDVI (talk) 17:42, 30 অক্টোবৰ 2014 (UTC)