বাৰ্তা:প্ৰিয়ন
অৱয়ব
prion নামটো সম্বন্ধে
[সম্পাদনা কৰক]prion-ৰ উচ্চাৰণ প্ৰিঅ'ন-হে হয়। গতিকে আগৰ নামটোৱই শুদ্ধ আছিল। উচ্চাৰণটো আৰম্ভণিৰ অডিঅ' লিংকটোতে আছে। উদ্দীপতালুকদাৰ 12:59, 13 জানুৱাৰী 2012 (UTC)
- অ' মই আকৌ Dictionary.comক বেছি বিশ্বাস কৰিলোঁ ! Gitartha.bordoloi 13:05, 13 জানুৱাৰী 2012 (UTC)