বাৰ্তা:পৰ্য্যটন
অৱয়ব
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিয়ে দিয়া নিৰ্দেশনা মতে, ৰেফ্-সংযুক্ত সকলোবোৰ বৰ্ণ একাকী হ'ব, অৰ্থাত্ এইবোৰ দ্বিত্ব নহয়। যেনে - কৰ্তা, কৰ্ম, পৰ্বত, বৰ্তমান ইত্যাদি। একেধৰণে পৰ্য্যটন, আৰ্য্য, সূৰ্য্য আদি শব্দ বিকল্পে যথাক্ৰমে আৰ্য, সূৰ্য আদি হ'ব।
গ্ৰন্থ: ভুল নে ভূল সম্পাদনা - অনিল বৰুৱা, দুৰ্লভ গগৈ । সম্পাদনা সহযোগী - চন্দন ভাগৱতী, লিপিকা গগৈ, পাপৰি চাংমাই, পংকজ শইকীয়া আৰু মনোজ এম নেওগ.... বিষ্ণু শইকীয়া বাৰ্তা 18:50, 10 ফেব্ৰুৱাৰী 2012 (UTC)
পৰ্য্যটনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন পৰ্য্যটনক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।