বাৰ্তা:বিক্ৰম ৰাজখোৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিক্ৰম ৰাজখোৱা (বিকি) এগৰাকী সুদক্ষ অভিনেতা । বিক্ৰমৰ জন্ম হৈছিল শিৱসাগৰ জিলাত। ২০০৬ চনত চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত ছবি জোনদা ইমান গুণ্ডাৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত ভূমুকি মাৰে । চলচ্চিত্ৰৰ লগতে বিক্ৰম ৰাজখোৱাই মঞ্চ , ভ্ৰাম্য়মান থিয়েটাৰ, ধাৰাবাহিক , বিজ্ঞাপন ছবিত একেলেথাৰিয়ে অভিনয় কৰি আহিছে।