সমললৈ যাওক

বাৰ্তা:বিদ্যা ৰাও (অভিনেত্ৰী)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 4 বছৰৰ পূৰ্বে by Babulbaishya in topic বিদ্যা ৰাও

বিদ্যা ৰাও

[সম্পাদনা কৰক]
  • @ঈশান জ্যোতি বৰা: , বিদ্যা ৰাওৰ মাক অসমীয়া আছিল নে, নে বঙালী? বোধহয় বঙালীহে আছিল।
  • কহিনুৰ থিয়েটাৰত বিদ্যা ৰাৱে হেমন্ত দত্ত ৰচিত মহাভাৰত নাটকৰ দ্ৰৌপদী চৰিত্ৰতহে অভিনয়হে কৰিছিল। যদি দৈনিক অসমৰ প্ৰবন্ধত দ্ৰৌপদী নাটক বুলি উল্লেখ কৰিছে, সেয়া ভুল তথ্য। সেয়েহে ,সেইখিনি আঁতৰাই দিলো। বাবুল বৈশ্য (বাৰ্তা) 15:29, 4 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক