সমললৈ যাওক

বাৰ্তা:বিশ্বনাথ ক্ষেত্ৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই ৱিকিপিডিয়াত প্রথম কাম কৰিছো। ‌উপৰোক্ত শিতানত সমল নাই বুলি কোৱাত সমল অন্তর্ভুক্ত কৰিলো।তেনেকৈ দিলেই নহব জানো ? এতিয়াও দেখোন অভিযোগ আতৰা নাই ? কি কৰিব লাগে কেনেকৈ জানিম বাৰু ?--Dwijenmahanta 12:20, 28 নভেম্বৰ 2011 (UTC)

দ্বিজেন দা উপযুক্ত তথ্যসূত্ৰ অন্তৰ্ভুক্ত কৰাৰ পিছত আপুনি নিজেও জাননীখন আঁতৰাই দিব পাৰে। সম্পাদকসকলৰ সুবিধাৰ বাবেহে সেইবোৰ লগাই থোৱা হয়। Gitartha.bordoloi 12:25, 28 নভেম্বৰ 2011 (UTC)

গীতার্থ, মই ইমান পার্গত নহয় নহয়, এয়া মই প্রথম হাত দিছোহে।ফটো এখনকে উত্তোলন কৰিব পৰা নাই।বিষ্ণুৱে সহায় কৰি আছে কিন্তু। বেছেৰাই পৃষ্ঠা এখন বনাই, মই টিপা-টিপি কৰিদিওঁ, সেইখন মোছখাই যায়।লাহে লাহে শিকিব পাৰিম বুলি আশা কৰিছো। সহায় কৰিবা দেই।--Dwijenmahanta 12:39, 28 নভেম্বৰ 2011 (UTC)

বিশ্বনাথ ক্ষেত্ৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক