বাৰ্তা:ভায়ামামা কৌতুক গোষ্ঠী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভায়ামামাৰ প্ৰথমখন ভিডিঅ’ ছবি আছিল " যুগ"। ১৯৮৩ চনত বিশ্বনাথ চাৰিআলিৰ পৰা "তুৰংঙ্গম"ৰ সৌজন্যত নিৰ্মান হৈছিল। দ্বিজেন মহন্ত 16:42, 8 ফেব্ৰুৱাৰী 2012 (UTC)

উদ্দীপ,তলত মই এইখিনি তথ্যগোটাই দিলো

  1. 'যুগ' নিৰ্মাণ হৈছিল ১৯৮৩ চনত।
  2. পৰিচালক:-ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী(ভায়ামামা)
  3. কেমেৰা:-অজান বৰুৱা।
  4. মেকআপ:- অসীম বোথ্ৰা। বোথ্ৰাৰ প্ৰথম কেমেৰাৰ বাবে মেকআপ এই 'যুগ'তেই আৰম্ভ হ্য়।
  5. নায়ক:হৃদয় গোস্বামী
  6. নায়িকা:লিনা হাজৰিকা

প্ৰিমিয়াৰ শ্ব’ হৈছিল গুৱাহাটিত। দ্বিজেন মহন্ত 11:56, 10 ফেব্ৰুৱাৰী 2012 (UTC)