বাৰ্তা:ভায়ামামা কৌতুক গোষ্ঠী
অৱয়ব
ভায়ামামাৰ প্ৰথমখন ভিডিঅ’ ছবি আছিল " যুগ"। ১৯৮৩ চনত বিশ্বনাথ চাৰিআলিৰ পৰা "তুৰংঙ্গম"ৰ সৌজন্যত নিৰ্মান হৈছিল। দ্বিজেন মহন্ত 16:42, 8 ফেব্ৰুৱাৰী 2012 (UTC)
উদ্দীপ,তলত মই এইখিনি তথ্যগোটাই দিলো
- 'যুগ' নিৰ্মাণ হৈছিল ১৯৮৩ চনত।
- পৰিচালক:-ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী(ভায়ামামা)
- কেমেৰা:-অজান বৰুৱা।
- মেকআপ:- অসীম বোথ্ৰা। বোথ্ৰাৰ প্ৰথম কেমেৰাৰ বাবে মেকআপ এই 'যুগ'তেই আৰম্ভ হ্য়।
- নায়ক:হৃদয় গোস্বামী
- নায়িকা:লিনা হাজৰিকা
প্ৰিমিয়াৰ শ্ব’ হৈছিল গুৱাহাটিত। দ্বিজেন মহন্ত 11:56, 10 ফেব্ৰুৱাৰী 2012 (UTC)
ভায়ামামা কৌতুক গোষ্ঠীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ভায়ামামা কৌতুক গোষ্ঠীক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।