বাৰ্তা:ভাৰতৰ শাস্ত্ৰীয় নৃত্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Simbu123 Please contact me

gahori ১৯:১৮, ২৩ নভেম্বৰ ২০১০ (UTC)

এই প্ৰৱন্ধটোৰ বাবে {{cleanup}} লগাই থলে ভাল হব যেন ভাব হৈছে।

দ্বিজেন মহন্ত সংবাদ
cleanup কৰিবলৈ তথ্য নায়েই দেখোন| এনে সৰু প্ৰবন্ধক {{পোখালি}} বা {{stub}} লগোৱাটোৱেই উচিত যেন দেখো| আপুনি নিজেও সেই কাম কৰিব পাৰে| এই সাঁচটো এবাৰ চাই ল’লে আপুনি নিজেও প্ৰবন্ধ বিশেষে পোখালিৰ সাঁচ বোৰ লগাব পাৰিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:27, 17 মাৰ্চ 2012 (UTC)

ধন্যবাদ বিষ্ণু--দ্বিজেন মহন্ত (talk) 12:52, 17 মাৰ্চ 2012 (UTC)

ইংৰাজী ৱিকি খনত ভাৰতৰ শাস্ত্ৰীয় নৃত্য ৮টা বুলি আছে দেখোন ?ইয়াত ৯টা দেখোন ? http://en.wikipedia.org/wiki/Classical_Indian_dance চালে গম পাব। --দ্বিজেন মহন্ত (talk) 13:16, 17 মাৰ্চ 2012 (UTC)

চাইছো| এই সম্পৰ্কে ম‍ই ভালকৈ নাজানো| আপুনি যদি ভালদৰে জানে আৰু ইংৰাজী প্ৰবন্ধটো বিশ্বাসযোগ্য যেন দেখিছে, তেন্তে ইয়াত শুদ্ধৰাই দিব পাৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:21, 17 মাৰ্চ 2012 (UTC)

ভুল সম্পাদনা[সম্পাদনা কৰক]

http://as.wikipedia.org/w/index.php?title=%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0_%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%A8%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF&diff=37458&oldid=33800

এই খিনি চাওক, কিবা ৰবট এটি গণ্ডগোল কৰাবুলি দেখুৱাইছে।কুচিপুড়ি মনিপুৰৰ নৃত্য বুলি দেখুৱাইছে।তাৰোপৰি গৌড়ীয় নৃত্যক শাস্ত্ৰীয় বুলি লিখিছে।মই ভালকৈ বুজা নাই।অভিজ্ঞ কোনোবা এজনে ঠিক কৰক।
দ্বিজেন মহন্ত (talk) 19:08, 18 মাৰ্চ 2012 (UTC)