বাৰ্তা:ভাৰতৰ স্বাধীনতা আন্দোলন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


মহাত্মা গান্ধীৰপৰা অনাখিনিত কিছু অসুবিধা আছে। কিছু সম্পাদনা কৰিব লাগিব কিজানি। কাৰণ তাত গান্ধীৰফালৰপৰাহে কথাবিলাক লিখা হৈছে। কিছুমান বাক্য-ত এইটো স্পষ্ট হৈ আছে।উদ্দীপতালুকদাৰ (talk) 15:27, 1 ফেব্ৰুৱাৰী 2013 (UTC)

হয়, পৃষ্ঠাখন খুব সৰু হৈ আছিল বাবে আনি থৈছিলো| ভালেখিনি সম্পাদনা কৰিব বাকী আছে| বিষ্ণু শইকীয়া 17:05, 1 ফেব্ৰুৱাৰী 2013 (UTC)