সমললৈ যাওক

বাৰ্তা:ভূমিধৰ বৰ্মন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভূমিধৰ বৰ্মন অতি কম সময়ৰ বাবে তত্বাৱধায়ক মুখ্যমন্ত্ৰী হৈছিল। অসমৰ ৰাজনীতিৰ এজন সক্ৰিয় ব্যক্তি হিচাপেহে তেখেত বেছি পৰিচিত। সেয়ে, চিনাকী অংশত মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া জোৰ কমাই দি ৰাজনীতিক হিচাপেহে লিখিব লাগে।-উদ্দীপতালুকদাৰ (talk) 10:40, 15 ডিচেম্বৰ 2012 (UTC)

ভূমিধৰ বৰ্মনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক