সমললৈ যাওক

বাৰ্তা:ভ্ৰাম্যমাণ থিয়েটাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফণী শৰ্মাৰ 'ভোগজৰা'ৰ কথাই কোৱা হৈছে কিজানি। কিন্তু মোৰ হাতত থকা কিতাপখনত সেইটো উল্লেখ কৰা হোৱা নাই। সেয়ে যিয়ে জানে সমল সহকাৰে উদ্ধৃত কৰি দিব। 117.198.48.250 ১৯:৫৫, ২৯ চেপ্তেম্বৰ ২০১১ (UTC) --সমল পালো। উদ্ধৃত কৰি দিয়া হৈছে।উদ্দীপতালুকদাৰ ১৮:৩৬, ৩০ চেপ্তেম্বৰ ২০১১ (UTC)

ভ্ৰাম্যমাণ-হে শুদ্ধ!!

[সম্পাদনা কৰক]

এই প্ৰবন্ধৰ মূল নামটোৱেই ভুল হৈ আছে। বানানটো ভ্ৰাম্যমাণ হ'ব লাগে। প্ৰশাসকে অনুগ্ৰহ কৰি বানানটো শুধৰাই দিয়ক।উদ্দীপতালুকদাৰ ১৮:১৮, ৩০ চেপ্তেম্বৰ ২০১১ (UTC)

উদ্দীপ দা শিৰোনামা আপুনি নিজেই শুধৰাব পাৰে। "ইতিহাস চাওক" টেবটোৰ ওচৰত যে এটা তৰা আৰু এটা ত্ৰিভূজ আছে, সেই ত্ৰিভূজটোলৈ গ'লেই "স্থানান্তৰ কৰক" বুলি দেখা পাব। তাৰপিছত নতুন শিৰোনামা লিখি সাঁচি থ'লেই হ'ল। পুৰণা শিৰোনামাটো নতুনটোলৈ পুনৰ্নিৰ্দেশ হৈ থাকিব। ইচ্ছা কৰিলে সেইটো আঁতৰাই দিবও পাৰে। Gitartha.bordoloi ১৯:৪১, ৩০ চেপ্তেম্বৰ ২০১১ (UTC)

'ভ্ৰাম্যমান'টো গুচাব নালাগে। সেইটো কমন ভুল। এনেকুৱা ভুলৰ বাবে পুন:নিৰ্দেশনা পৃষ্ঠা ৰাখিব পাৰি বুলি ৱিকিপিডিয়া নিয়মতে উল্লেখ আছে। উদ্দীপতালুকদাৰ ১২:৫৮, ১ অক্টোবৰ ২০১১ (UTC)

অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ তালিকা

[সম্পাদনা কৰক]

তালিকাখনত নতুন কথা যোগ দিয়াৰ পাছত কিবা এটা গোলামাল হৈছে। প্ৰবন্ধৰ শেষলৈ গুভি গ'ল। সেইটো কেনেকৈ ঠিক কৰা যায়?

তালিকাখন বেলেগ এটা প্ৰবন্ধ হিচাপে যোগ দিয়া ভাল হ'ব নেকি? কাৰণ আৰু প্ৰায় এশটামান দলৰ নাম এতিয়াও উল্লেখ কৰিবলৈ বাকী আছেই। উদ্দীপতালুকদাৰ ১৪:১২, ২ অক্টোবৰ ২০১১ (UTC)