বাৰ্তা:মঙলদৈ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মঙ্গলদৈ/মংগলদৈ/মঙলদৈ[সম্পাদনা কৰক]

চালোঁ। ভাল লাগিল ন সম্পাদকৰ উৎসাহ চাই।

মই এটা সালসলনি কৰিলোঁ: পৃষ্ঠাৰ নামটো 'মঙ্গলদৈ' আছিল, 'মঙলদৈ' কৰিলোঁ, অৱশ্যে এটা REDIRECT এৰি। কাৰণ আমি সদায় মঙলদৈহে কওঁ। এতিয়া সেয়ে পঢ়ুৱৈয়ে মঙ্গলদৈয়ে বিচাৰক বা মঙলদৈ, সমস্যা নহয়। মংগলদৈ-ৰ পৰাও এটা REDIRECTION দিব লাগে নে কি বাৰু?

আৰু এটা কথা। প্রথম পেৰাতে "....১৯৮৩ চনত প্রয়াত হিতেশ্ৱৰ শইকীয়া অসমৰ মুখ্যমন্ত্রী হৈ থকাৰ সময়ত মঙলদৈক পু্নর্গঠিত দৰং জিলাৰ সদৰ হিচাপে স্বীকৃতি দিয়া হয়। ...."; -- এই লাইনটো অলপ vague. cleanup-ৰ প্রয়োজন আছে।

প্রভাকৰ শৰ্মা নেওগ (talk) 16:45, 5 জুলাই 2012 (UTC)