সমললৈ যাওক

বাৰ্তা:মহাভৈৰৱ মন্দিৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 2 বছৰৰ পূৰ্বে by 2409:4065:E95:2F21:0:0:6B09:270A in topic মহাভাৰত মনিদৰ

মহাভৈৰৱ : পৌৰাণিক আখ্যান অনুসৰি বাণ ৰজাই ইষ্ট দেৱতা শিৱৰ পূজা-অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল।

পৰুৱা-মহাভৈৰৱ পথৰ দাঁতিত সৰু টিলা এটিৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। ইয়াৰ ভৌগোলিক অৱস্থান হৈছে উত্তৰে ২৬°অক্ষাংশ আৰু পূৱে ৯২° দ্ৰাঘিমাংশ।

আদিতে এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল পিছত আহোম ৰাজত্ব কালত পুণৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ টোৰণ ভাগ ভাগি চুৰ-মাৰ হোৱাত টোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয় বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়। 

ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰৰ নিৰ্মান কৰোৱা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিওঁ নিয়োগ কৰিছিল, বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম-কাজ পৰিচালিত হৈ আছে।

কথিত আছে যে এই মন্দিৰত বাণ ৰজাৰ কন্যা ঊষাই দৈনিক পূজা অৰ্চনা কৰিছিল। মন্দিৰৰ মূল নিঙ্গ ভাগৰ দৈঘ্য ৩.৩০ মিটাৰ আৰু ব্যাস ২.৩০ মিটাৰ। মন্দিৰৰত দৈনিক পূজা-অৰ্চনাৰ লগতে বিবাহ, অন্ন-প্ৰসন্ন আদিওঁ সম্পন্ন হয়। প্ৰতি বছৰে মহাশিৱৰাত্রী ধুম-ধামৰে অনুষ্ঠিত হৈ আহিছে। ভক্ত প্ৰাণ ৰাইজে মন্দিৰত, ছাগলী,গৰু, পাৰ আদি দান দি মুকলি কৰি দিয়ে।

মহাভাৰত মনিদৰ

[সম্পাদনা কৰক]

সেৰ 2409:4065:E95:2F21:0:0:6B09:270A 13:55, 8 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক