বাৰ্তা:মূলধন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্থানান্তৰ অথবা বিলোপ প্ৰস্তাৱ[সম্পাদনা কৰক]

পৃষ্ঠাটোৰ কথাখিনি অলপ আউললগা ধৰণৰ| মূলধন (অৰ্থনীতি) বুলি থকা পৃষ্ঠাটোৰ লগত বহুখিনি সাদৃশ্য আছে| স্থানান্তৰ অথবা বিলোপ অথবা একতিত কৰিব পাৰিনে? বিষ্ণু শইকীয়া 09:58, 7 এপ্ৰিল 2015 (UTC)