বাৰ্তা:যোৰহাট

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আন কোনোৱে সম্পাদনা কৰিলে "সম্পাদনা সাৰাংশ" লিখিবলৈ নাপাহৰিব দেই। Gitartha.bordoloi 11:21, 26 নভেম্বৰ 2011 (UTC)

5 শিক্ষা আৰু গৱেষণা
( 5.1 গৱেষণা প্ৰতিষ্ঠান
5.2 মহাবিদ্যালয়
5.3 কাৰিকৰী শিক্ষানুষ্ঠান
5.4 চিকিত্‍সা প্ৰতিষ্ঠান
5.5 মহাবিদ্যালয় )
5.5 আৰু 5.2 দুয়োটাতে মহাবিদ্যালয় হৈ আছে দেখোন ?--Dwijenmahanta 17:26, 29 নভেম্বৰ 2011 (UTC)
ঠিক কৰিলোঁ। সৰু-সুৰা ভুল দেখিলে নিজেই শুধৰণি কৰি দিব। Gitartha.bordoloi 19:41, 29 নভেম্বৰ 2011 (UTC)
"১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা স্থাপিত। স্থাপন হোৱা বছৰ ধৰি ইয়াত গোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়।" ___ গোঁৰা নে ঘোঁৰা ? গোঁৰা মানে Pop'পনী'ক বুজাইছে নেকি ?মানে সৰু ঘোঁৰা । সেইটোক অসমীয়াত টাটু বুলিহে কয় নেকি। কথাটো অকনমান চাবছোন।‌‌‌‌ দ্বিজেন মহন্ত 08:04, 2 ফেব্ৰুৱাৰী 2012 (UTC)