সমললৈ যাওক

বাৰ্তা:শিলামবৰ্ষণ ৰাজেন্দৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"সিলামবৰসন ৰাজেন্দৰ" নামটো ঠিক যেন লগা নাই| "ছিলামবৰচন ৰাজেন্দৰ" হ’লে ভাল হয়| উচিত নামটো বিবেচনা কৰিব| প্ৰবন্ধটোৰ অলংকাৰো অলপ কমাব পাৰিলে ভাল হয়| বিষ্ণু শইকীয়া 17:42, 19 অক্টোবৰ 2012 (UTC)