সমললৈ যাওক

বাৰ্তা:শিৱসাগৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধটোত জিলা আৰু নগৰখনৰ তথ্য সানমিহলি হৈ আছে। নগৰখনৰ কথাৰে ঠিক কৰিব লাগিব। আৰু কোনো কিতাপৰ পৃষ্ঠাৰ ছবি দি থোৱাটো ভাল নহ'ব নেকি বিষ্ণু দা ! Gitartha.bordoloi 16:28, 23 ডিচেম্বৰ 2011 (UTC)

কথটো হয়| তথ্যখিনি অ.ক.ব. ত পাই ভৰাই থলো, কামত আহিব| পৃষ্ঠাখন সজাব লাগিব| ছবিখন যদি কামত নাহে বা দৃষ্টিকটু বুলি ভাবিছা তেন্তে আতৰাই দিবা| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:16, 23 ডিচেম্বৰ 2011 (UTC)

শিৱসাগৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক