বাৰ্তা:শীলা দীক্ষিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

উপাধিৰ বানান[সম্পাদনা কৰক]

ব্যক্তিগৰাকীৰ উপাধিৰ বানান হিন্দীত दीक्षित আৰু বাংলাত দীক্ষিত বুলি লিখে। সকলো শীৰ্ষস্থানীয় অসমীয়া প্ৰচাৰ মাধ্যমেও দীক্ষিতয়েই লিখি আহিছে। এতেকে প্ৰবন্ধটো শীলা দীক্ষিতলৈ ৰি-ডাইৰেক্ট কৰি দিয়া হ'ল। বাবুল বৈশ্য (talk) 02:12, 21 July 2019 (ইউ.টি.চি.)