বাৰ্তা:ষ্টিফেন হকিং

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়াৰ নিয়ম মতে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ৰেফাৰেন্স দিব নালাগে। কাৰণ একেটা প্ৰবন্ধ একেজনেই সম্পাদনা কৰা হ'ব পাৰে। কিন্তু অসমীয়াত ইংৰাজীখনৰ বিষয়ে দিব পাৰি নে নাই, সেইটো মই নাজানো। কিন্তু ইংৰাজী খনৰপৰা যিখিনি লৈছে সেইখিনিৰ বাবে ইংৰাজীখনত যিটো সমল দিয়া আছে, সেইটোকে দিব পাৰি। --উদ্দীপ তালুকদাৰ। (মই আকৌ পাছৱ'ৰ্ড পাহৰিলো। ২৪ ঘণ্টা নোহোৱাকৈ নতুন এটা নিদিয়ে হেনো!)