বাৰ্তা:হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উপন্যাস আৰু চিত্রৰূপায়নৰ পাৰ্থক্য[সম্পাদনা কৰক]

খুব সম্ভব কিতাপখনত প্রটাগনিষ্টজনে ক'ৰ্ট কেচত জিকিব পৰা নাছিল - বহুত দিন হ'ল মোৰ কিতাপখন পঢ়া - কিন্তু ফিল্মত তেওঁক সফল হোৱা দেখুৱাইছে।

প্রভাকৰ শৰ্মা নেওগ 06:59, 6 ডিচেম্বৰ 2011 (UTC)

হয় Psneog, আপুনি ঠিকেই কৈছে। মই এই কথাটো প্ৰৱন্ধটোত উল্লেখ কৰিম। মুক্তি পোৱাৰ পাছত চিনেমাখনৰ বিষয়ে কাকতত চৰ্চা হৈছিল। এই কথাখিনি কি sub-headingত লিখিম? 'সমালোচকৰ দৃষ্টিত' বা তেনেকুৱা sub-heading এটা দিব পাৰি নেকি? পৰামৰ্শ বিচাৰিছো। বাবুল বৈশ্য

হালধীয়া চৰায়ে বাওধান খায়[সম্পাদনা কৰক]

হালধীয়া চৰায়ে বাওধান খায় 2409:40E6:27:F90C:FC23:77FF:FE4C:EDEA 17:04, 29 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]