সমললৈ যাওক

বাৰ্তা:হৰি-হৰ যুদ্ধ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তেজপুৰৰ লগত একত্ৰিত কৰা সম্পৰ্কে

[সম্পাদনা কৰক]

মোৰ বোধেৰে তেজপুৰৰ লগত একত্ৰিত কৰিব নালাগে। কাৰণ হৰ-হৰ যুদ্ধ তেজপুৰ নগৰৰ বাহিৰেও নিজেই এটা বিখ্যাত কিম্বদন্তী আৰু তেজপুৰ নগৰ সম্বন্ধীয় আলোচনাৰ বাহিৰেও ইয়াৰ উল্লেখ আছে। দ্বিতীয়তে তেজপুৰৰ লগত জড়িত এনে বহু আখ্যান, কিম্বদন্তী আছে, যিবোৰ সংলগ্ন কৰি গ'লে তেজপুৰ প্ৰৱন্ধটো এনে কিম্বদন্তীৰেই ভৰি পৰিব। আকৌ এই প্ৰৱন্ধটো দীঘলকৈ লিখিব পৰাৰো 'স্কোপ' আছে। সেয়ে মোৰ মতেৰে এইটো একত্ৰিত কৰিব নালাগে। উদ্দীপতালুকদাৰ 17:35, 9 ফেব্ৰুৱাৰী 2012 (UTC)

ময়ো একমত পোষন কৰিছোঁ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:36, 9 ফেব্ৰুৱাৰী 2012 (UTC)


মই টেগটো গুচাই দিলোঁ বাৰু।

ফটোখন ক'ৰ? তলত এনেকৈ লিখিব পৰা হ'লে ভাল হ'লহাঁতেন: "হৰি হৰ যুদ্ধ অমুক শিল্পীৰ তুলিকাত" প্রভাকৰ শৰ্মা নেওগ 04:25, 10 ফেব্ৰুৱাৰী 2012 (UTC)

ছবিখন অগ্নিগঙৰ নেকি বাৰু? আপুনি কোৱাৰ দৰে উল্লেখ কৰি থ'ব লাগিছিল।উদ্দীপতালুকদাৰ (talk) 15:25, 23 এপ্ৰিল 2012 (UTC)
অ’ সেইখন অগ্নিগড়তেই আছে| কোনে সাজিছিল সেইটো সুধিব লাগিব| সম্ভৱত জয় দাস নামৰ এজন ভাস্কৰ্যশিল্পীয়ে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা