সমললৈ যাওক

বাৰ্তা:ৰঙিয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰঙিয়া পৃষ্ঠাখনত লগত দীপ্তশ্বৰী দেৱালয়ক অন্তৰ্ভূক্ত কৰা দেখিলো। ৰঙিয়া পৃষ্ঠাটো একে নামৰ নগৰখনৰ বিষয়েহে। নগৰ সম্পৰ্কীয় পৃষ্ঠাবোৰত আশ-পাশৰ সকলোবোৰ সোমাই দিলে পঢ়ুৱৈ বিভ্ৰান্ত হব। আশেপাশে থকা ঐতিহাসিক বা পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বিষয়বোৰ জিলা সম্পৰ্কীয় প্ৰবন্ধবোৰত সোমাই দিলে বেছি ভাল হব। এতেকে মঠ-মন্দিৰ শীৰ্ষক দফাটো কামৰূপ জিলা শীৰ্ষক পৃষ্ঠাখনত সংযোগ কৰক। বাবুল বৈশ্য 02:34, 11 এপ্ৰিল 2012 (UTC)

ৰঙিয়াৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক