বাৰ্তা:ৰামন প্ৰভাৱ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ৰমণ প্ৰভাৱৰ পৰা পুনঃনিৰ্দেশিত)

তামিল ভাষী কেইজনমানৰ লগত আলোচনা কৰাৰ পিছত গম পালো যে তেখেতৰ নামৰ শুদ্ব বানান হ'ল *ৰামন*, _ৰমণ_ নহয়। প্ৰবন্ধটোত আৰু অসমীয়া ৱিকিপিডিয়াৰ আন পৃষ্ঠাত তেখেতৰ নামৰ‌ উল্লেখ কেইটা‌ সোধৰাই দিলে ভাল হ'ব।

চি ভি ৰামন - বানান শুধৰণি[সম্পাদনা কৰক]

তামিল ভাষী কেইজনমানৰ লগত আলোচনা কৰাৰ পিছত গম পালো যে তেখেতৰ নামৰ শুদ্ব বানান হ'ল *ৰামন*, _ৰমণ_ নহয়। প্ৰবন্ধটোত আৰু অসমীয়া ৱিকিপিডিয়াৰ আন পৃষ্ঠাত তেখেতৰ নামৰ‌ উল্লেখ কেইটাৰ‌ বানান শুদ্ধ কৰি দিলে ভাল হ'ব। Satnath (বাৰ্তা) 22:32, 28 February 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Satnath: : সলনি কৰা হʼল।--JonaliB 2:08, 1 March 2021 CST