বাৰ্তা:ৰাজ্যিক চলচ্চিত্ৰ বঁটা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৯৯-২০০০ চনৰ শ্ৰেষ্ঠ অভিনেতাৰ বটাৰ বাবে নিৰ্বাচিত বিভাস চক্ৰৱৰ্তীৰ চিনেমা খন মহাৰথী বুলি আছে।কিন্তু তাত মহাৰথী কিতাপ খন হে সংযোগ হৈ আছে। দ্বিজেন মহন্ত 11:21, 18 ফেব্ৰুৱাৰী 2012 (UTC)

মহাৰথীক মহাৰথী উপন্যাসলৈ স্থানান্তৰ কৰা হ’ল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:16, 18 ফেব্ৰুৱাৰী 2012 (UTC)