বাৰ্তা:ৰাম গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

শিৰোনাম[সম্পাদনা কৰক]

ৰাম গোস্বামী নামৰ অন্য কোনো প্ৰসিদ্ধ ব্যক্তি সম্ভৱত বৰ্তমান নাই, সেয়ে ৰাম গোস্বামী (সেউজীয়া দেশ) নামৰ পৰা ৰাম গোস্বামীলৈকে স্থানান্তৰ কৰি দিলো| অন্য কোনো ৰাম গোস্বামীৰ বিষয়ে লিখিব লগা হ’লে এনে এক ভাল নাম চাই স্থানান্তৰ কৰি দিলেই হ’ব| বিষ্ণু শইকীয়া 19:01, 31 মাৰ্চ 2013 (UTC)