বাৰ্তা:ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
অৱয়ব
'জাতিসংঘ'ৰপৰা ৰিডাইৰেক্ট লিংকটো গুচাই দিব লাগে। অসমীয়াত ৰাষ্ট্ৰসংঘ (UN) আৰু জাতিসংঘ (League of Nations (now defunct)) পৃথক-পৃথক অনুষ্ঠানৰ বাবে ব্যৱহৃত নাম। নৱম শ্ৰেণীৰ 'সমাজ বিজ্ঞান' পাঠ্যপুথিত এনেদৰে দুয়োটাৰ মাজত পাৰ্থক্য কৰি দিয়া হৈছে। তেনেদৰেই মানি চলিলে অলপো confusion নোহোৱাকৈ থাকিব। বঙালী ভাষাত জাতিসংঘ UN-ৰ সমাৰ্থক হিচাপে ব্যৱহৃত হয়। এইটোৰ লগত আমি খেলি-মেলি কৰি পেলাব নালাগে।উদ্দীপতালুকদাৰ (talk) 15:16, 21 ছেপ্টেম্বৰ 2012 (UTC)
- কৰা হ'ল| বিষ্ণু শইকীয়া বাৰ্তা 15:58, 21 ছেপ্টেম্বৰ 2012 (UTC)
শিৰোনামা সলনি
[সম্পাদনা কৰক]এই প্ৰবন্ধটোৰ শিৰোনামাটো মোৰ বোধেৰে সলনি কৰি ৰাষ্ট্ৰসংঘ শৈক্ষিক, বিজ্ঞানভিত্তিক আৰু সাংস্কৃতিক সংস্থা কৰি দিয়া উচিত।
Friendly note
[সম্পাদনা কৰক]Dear Wikipedia friends! Please update the article! Since 2017, Audrey Azoulay has been Director-General of UNESCO. Greetings from Fritzober