বাৰ্তা:ৱিকিগ্ৰন্থ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিগ্ৰন্থ আৰু ৱিকিবুক্‌ছ বেলেগ বেলেগ প্ৰবন্ধ হৈ আছে। Gitartha.bordoloi 20:17, 1 জানুৱাৰী 2012 (UTC)

we will have to decide what to call these wiki-sites in assamese, when we finally get to creating them. but right now, there is no ৱিকিগ্ৰন্থ site. we should probably not translate proper nouns. if we do finally get these wikis running in assamese, we should probably have two different entries for wikibooks, the english and the general concept, and ৱিকিগ্ৰন্থ, the assamese site. which tells me that we should probably retain the name wikibooks for the assamese website too. চাইপাও 02:38, 2 জানুৱাৰী 2012 (UTC)
ময়ো চাইপাউ দাক সমৰ্থন কৰিছোঁ। Gitartha.bordoloi 07:23, 2 জানুৱাৰী 2012 (UTC)

হয়, ম‍ই মাত্ৰ আৰম্ভনিটোহে কৰি দিলো| এই কামবোৰ সম্পূৰ্ণ অস্থায়ী| ৱিকিবোৰৰ নাম স্থিৰ কৰাৰ পাছত স্থানান্তৰ কৰি দিলেই হ’ব| এতিয়া আমি সকলোৱে আলোচনাৰ মাজেৰে এইখিনি আগবঢ়াই লৈ যাব লাগে| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 14:29, 3 জানুৱাৰী 2012 (UTC)