বিচনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিচনা দৈনন্দিন জীৱনত বহুল ব্যৱহৃত এটি আচবাব৷ ইয়াক শুবলৈ ব্যৱহাৰ কৰা হয়৷

পদাৰ্থ[সম্পাদনা কৰক]

বিচনা বিভিন্ন পদাৰ্থৰে নিৰ্মান কৰা হয়৷ কাঠ ইয়াৰ বহুল প্ৰচলিত পদাৰ্থ যদিও তাৰ উপৰিও ষ্টীল আদি ধাতুৰে নিৰ্মাণ কৰে৷ সৰ্বসাধাৰণতে বিচনাৰ ওপৰৰ অংশ কাঠ বা নিৰ্মাণ কৰা পদাৰ্থ বিধ থাকে যদিও আজিকালি অত্যাধুনিক বিচনাত কুচন জাতীয় আৱৰণ দিয়া দেখা যায়৷