বিজু জনতা দল
অৱয়ব
বিজু জনতা দল (ইংৰাজী: Biju Janata Dal) চমুকৈ বিজেডি হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ নেতৃত্বত এই দল প্ৰতিষ্ঠা তথা গঢ় লৈ উঠিছিল, তেওঁৰ নামেৰেই এই দলটোৰ নামকৰণ কৰা হৈছে। ১৯৯৭ চনৰ ২৬ ডিচেম্বৰত দলটো প্ৰতিষ্ঠা কৰা হৈছিল।[1]
নেতৃত্ব
[সম্পাদনা কৰক]দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাটো হ’ল ইয়াৰ মূল সমিতি।
- নবীন পাটনায়ক – প্ৰতিষ্ঠাপক, ৰাষ্ট্ৰীয় অধ্যক্ষ, ওড়িশা বিধানসভাত দলৰ নেতা।
- পিনাকী মিশ্ৰ – লোকসভাত দলৰ নেত্ৰী
- প্ৰসন্ন আচাৰ্য – ৰাজ্যসভাত দলৰ নেতা
- ভৰত্ৰুহৰি মাহতাব – লোকসভাৰ সদস্য
- নিৰঞ্জন পূজাৰী - বিত্ত আৰু আবকাৰী মন্ত্ৰী, ওড়িশা চৰকাৰ
- প্ৰণৱ প্ৰকাশ দাস – সাধাৰণ সম্পাদক (সংগঠন)
- সঞ্জয় দাস বাৰ্মা – সাধাৰণ সম্পাদক (মুখ্য কাৰ্যালয়)
- অম্ৰেশ পাত্ৰি - বিজু যুবা জনতা দল
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Biju village protects Patnaik legacy, stands firmly behind BJD - Bhubaneswar News". The Times of India. 16 April 2019. https://timesofindia.indiatimes.com/city/bhubaneswar/biju-village-protects-patnaik-legacy-stands-firmly-behind-bjd/articleshow/68896432.cms। আহৰণ কৰা হৈছে: 6 September 2019.