বিটিএছ
অৱয়ব
বিটিএস | |
|---|---|
২০২২ চনৰ মে' মাহত হোৱাইট হাউচত বিটিএস | |
| পৃষ্ঠভূমি | |
| অন্য নাম | *বাংতান বয়েজ
|
| উৎসস্থান | ছিউল, দক্ষিণ কোৰিয়া |
| সংগীতৰ ধৰণ | কে-পপ, পপ, হিপ হপ, আৰএণ্ডবি, ইডিএম |
| সক্ৰিয়তাৰ বছৰ | ২০১৩-বৰ্তমান |
| সদস্য | লিডাৰ//ড্যান্সাৰ ভোকাল/ভিজ্যুয়াল/ড্যান্সাৰ লিডাৰ/ৰেপাৰ মেইন ড্যান্সাৰ/ৰেপাৰ মেইন ড্যান্সাৰ/লিড ভোকাল ভোকাল/ভিজ্যুয়াল/ড্যান্সাৰ মেইন ভোকাল/লিড ড্যান্সাৰ |
| ৱেবছাইট | bts |
বিটিএছ (কোৰীয় ভাষা:방탄소년단; উচ্চাৰণ: বাংতান সোণিয়োন্দান) হৈছে ৭ জনীয়া দক্ষিণ কোৰিয়াৰ বয় বেণ্ড।[1] ৭ জনীয়া বেণ্ডটোৱে ২০১০ চনত বিগহিট মিউজিকৰ অধীনত ট্ৰেইনী আৰু ২০১৩ চনত ২ কুল ৪ স্কুলৰ অধীনত বিশ্বব্যাপী আত্মপ্ৰকাশ কৰে। যদিও তেওঁলোক মূলতঃ হিপ হপ সংগীত গোট, তেওঁলোকৰ গীতত বিভিন্ন ধৰণৰ সংগীত শৈলী প্ৰকাশ পায়।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "BTS Members: Everything to Know About the K-Pop Supergroup". people.com. https://people.com/music/bts-members-everything-to-know/.
- ↑ "BTS’ Suga on going solo, his love of hip-hop and the band’s future: ‘We’re real brothers, period’". Los Angeles Times. https://www.latimes.com/entertainment-arts/music/story/2023-05-09/bts-suga-agust-d-day.