বিত্তীয় বজাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিত্তীয় বজাৰ (ইংৰাজী: Financial Market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত বিভিন্ন প্ৰকাৰৰ বিত্তীয় সম্পদ আৰু ঋণ আহিলাবোৰ যেনে- কাগজী মুদ্ৰা, চেক, বেংক আমানত, বিল, বণ্ড, প্ৰতিশ্ৰুতি পত্ৰ, নিৰাপত্তা পত্ৰ, ঋণপত্ৰ ইত্যাদিৰ লেনদেন সংঘটিত হয়।[1]

বিভিন্ন প্ৰকাৰৰ বিত্তীয় দাবী (Financial claimed), পৰিসম্পদ (Assets), সেৱা (Services) আৰু নিৰাপত্তাপত্ৰৰ (Securities) ক্ৰয় আৰু বিক্ৰয়ৰ (Buying and Selling) সহায়ক ব্যৱস্থাপনাকে অথবা কেন্দ্ৰকে বিত্তীয় বজাৰ বুলি কোৱা হয়।[1]

বিত্তীয় বজাৰৰ শ্ৰেণীবিভাগ[সম্পাদনা কৰক]

বিত্তীয় বজাৰৰ শ্ৰেণীবিভাগ
বিত্তীয় বজাৰ
মুদ্ৰা বজাৰ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
মূলধন বজাৰ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
তলবী
মুদ্ৰা বজাৰ
ৰাজকোষীয়
বিল বজাৰ
বাণিজ্যিক
বিল বজাৰ
হ্ৰস্বকালীন
ঋণ বজাৰ
নিৰাপত্তা পত্ৰ
বজাৰ
দীৰ্ঘকালীন
ঋণ বজাৰ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
প্ৰাথমিক অথবা নতুন বিলি বজাৰগৌণ বজাৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Sarma, Dr. Ashok Kumar (2013). Financial Institution and Market. পৃষ্ঠা. 14, 131, 132.