বিমলেন্দ্ৰ নিধি
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বিমলেন্দ্ৰ নিধি নেপালৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ নেপালৰ শাসনাধিষ্ঠ নেপালী কংগ্ৰেছৰ বৰ্তমানৰ উপ-সভাপতি। তেওঁক তেওঁৰ মূল নামৰ সৈতে বিমলজী বা নিধিজী বুলিও জনা যায়।
নেপালৰ এজন প্ৰতিষ্ঠাপক মহেন্দ্ৰ নাৰায়ণ নিধি আৰু প্ৰেম সগৰী নিধিৰ ঘৰত জন্ম গ্ৰহণ কৰা বিমলেন্দ্ৰ নিধি হৈছে পৰিয়ালটোৰ দ্বিতীয় পুত্ৰ। নিধি পৰিয়ালটো ধনুছাৰ নাগাৰাইন পৌৰসভাৰ বাসিন্দা।
কংগ্ৰেছৰ উপ-সভাপতি হিচাপে বিমলেন্দ্ৰ নিধিক তেওঁৰ দলৰ সভাপতি আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবাৰ নেপালীঘনিষ্ঠ বিশ্বাসী বুলি গণ্য কৰা হয়।