ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা iOS app edit
18 নং শাৰী: 18 নং শাৰী:
'''ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ''' ([[ইংৰাজী ভাষা|ইংৰাজী]]: Digital object identifier) বা '''DOI''' হৈছে ইলেক্ট্ৰনিক নথিপত্ৰ বা প্ৰকাশন চিনাক্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচন (International Organization for Standardization, চমুকৈ ISO)ৰ দ্বাৰা প্ৰত্যায়িত কৰা এটা নিৰ্দিষ্ট সংখ্যা।<ref name="iso">{{cite web | url = https://www.iso.org/obp/ui/#iso:std:iso:26324:ed-1:v1:en | title = ISO 26324:2012(en), Information and documentation – Digital object identifier system | publisher = [[ISO]] | access-date = 20 April 2016}}</ref> এই নম্বৰৰ সৈতে নথিটোৰ সৈতে জড়িত বিভিন্ন মেটাডাটা সংলগ্ন কৰা হয়। এই মেটাডাটাত নথিটোৰ অৱস্থান, যেনে নথিটো বিচাৰি পোৱা ইউআৰএল (URL) বা ৱেব ঠিকনা ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। কোনো এটা নথিৰ মেটাডাটা সলনি হ'ব পাৰে যদিও তাৰ doi সংখ্যা অপৰিৱৰ্তনীয়। যিকোনো এটা নথি (যেনে কিতাপ বা লেখা) এটা doi নম্বৰৰ দ্বাৰা চিনাক্ত কৰা বা আঙুলিয়াই দিয়াটো কেৱল এটা ইউআৰএল (URL) লৈ আঙুলিয়াই দিয়াতকৈ বহুত বেছি নিৰ্ভৰযোগ্য। কাৰণ ইউআৰএল সহজে সলনি হ’ব পাৰে, আৰু তাৰ ফলত নথিটো বিচাৰি পোৱাটো কঠিন হৈ পৰে। কিন্তু যদি এটা doi নম্বৰ থাকে, প্ৰকাশকে তেতিয়া কেৱল doi নম্বৰৰ মেটাডাটাৰ পৰা ইউআৰএল আপডেট কৰিব পাৰে।<ref>{{Cite book |last=Witten |first=Ian H. |title=How to Build a Digital Library |last2=Bainbridge |first2=David |last3=Nichols |first3=David M. |date=2010 |publisher=Morgan Kaufmann |isbn=978-0-12-374857-7 |edition=2nd |pages=352–253 |language=en |name-list-style=amp}}</ref><ref>{{Cite journal |last=Langston |first=Marc |last2=Tyler |first2=James |date=2004 |title=Linking to Journal Articles in an Online Teaching Environment: The Persistent Link, DOI, and OpenURL |journal=The Internet and Higher Education |language=en |volume=7 |issue=1 |pages=51–58 |doi=10.1016/j.iheduc.2003.11.004}}</ref><ref>{{Cite web |date=2001-07-23 |title=How the "Digital Object Identifier" Works |url=http://www.businessweek.com/magazine/content/01_30/b3742032.htm |url-status=dead |archive-url=https://web.archive.org/web/20101002070758/http://www.businessweek.com/magazine/content/01_30/b3742032.htm |archive-date=2010-10-02 |access-date=2010-04-20 |website=BusinessWeek |language=en |quote=Assuming the publishers do their job of maintaining the databases, these centralized references, unlike current web links, should never become outdated or broken}}</ref>

ইউআৰএল (URL)ৰ দৰে DOI ব্যৱস্থা সকলোৰে বাবে মুকলি নহয়। DOI সংস্থাৰ সৈতে চুক্তিবদ্ধভাৱে জড়িতসকলেহে doi নম্বৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে। আৰু এই সংযোগৰ বাবে সদস্যপদ মাচুল দিব লাগে।<ref name="dd">{{Cite journal |last=Davidson |first=Lloyd A. |last2=Douglas |first2=Kimberly |date=December 1998 |title=Digital Object Identifiers: Promise and problems for scholarly publishing |journal=Journal of Electronic Publishing |volume=4 |issue=2 |doi=10.3998/3336451.0004.203 |doi-access=free}}</ref> এই ব্যৱস্থাটো বিকশিত আৰু নিয়ন্ত্ৰণৰ বাবে কাম কৰা কেইবাটাও সংস্থা আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচনে ৰক্ষণাবেক্ষণ আৰু পথ প্ৰদৰ্শন কৰে।<ref>{{cite web |date=28 June 2010 |title=Welcome to the DOI System |url=https://doi.org/ |url-status=live |archive-url=https://web.archive.org/web/20100813030300/https://doi.org/ |archive-date=Aug 13, 2010 |access-date=7 August 2010 |publisher=Doi.org}}</ref> ২০০০ চনৰ শেষৰ ফালৰ পৰা এই ব্যৱস্থাটো প্ৰকাশৰ ক্ষেত্ৰত বিকশিত আৰু সম্প্ৰসাৰণ কৰা হৈছে। ২০১১ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি প্ৰায় ৪,০০০ সংস্থাই প্ৰায় ৫০ লাখ doi নম্বৰ জাৰি কৰিছে।<ref>{{cite web |date=20 April 2011 |title=DOI News, April 2011: 1. DOI System exceeds 50 million assigned identifiers |url=https://doi.org/news/DOINewsApr11.html#1 |url-status=live |archive-url=https://web.archive.org/web/20110727193513/https://www.doi.org/news/DOINewsApr11.html |archive-date=27 July 2011 |access-date=3 July 2011 |website=Doi.org}}</ref>
ইউআৰএল (URL)ৰ দৰে DOI ব্যৱস্থা সকলোৰে বাবে মুকলি নহয়। DOI সংস্থাৰ সৈতে চুক্তিবদ্ধভাৱে জড়িতসকলেহে doi নম্বৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে। আৰু এই সংযোগৰ বাবে সদস্যপদ মাচুল দিব লাগে।<ref name="dd">{{Cite journal |last=Davidson |first=Lloyd A. |last2=Douglas |first2=Kimberly |date=December 1998 |title=Digital Object Identifiers: Promise and problems for scholarly publishing |journal=Journal of Electronic Publishing |volume=4 |issue=2 |doi=10.3998/3336451.0004.203 |doi-access=free}}</</ref>ref<ref>> এই ব্যৱস্থাটো বিকশিত আৰু নিয়ন্ত্ৰণৰ বাবে কাম কৰা কেইবাটাও সংস্থা আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচনে ৰক্ষণাবেক্ষণ আৰু পথ প্ৰদৰ্শন কৰে।<ref>{{cite web |date=28 June 2010 |title=Welcome to the DOI System |url=https://doi.org/ |url-status=live |archive-url=https://web.archive.org/web/20100813030300/https://doi.org/ |archive-date=Aug 13, 2010 |access-date=7 August 2010 |publisher=Doi.org}}</ref> ২০০০ চনৰ শেষৰ ফালৰ পৰা এই ব্যৱস্থাটো প্ৰকাশৰ ক্ষেত্ৰত বিকশিত আৰু সম্প্ৰসাৰণ কৰা হৈছে। ২০১১ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি প্ৰায় ৪,০০০ সংস্থাই প্ৰায় ৫০ লাখ doi নম্বৰ জাৰি কৰিছে।<ref>{{cite web |date=20 April 2011 |title=DOI News, April 2011: 1. DOI System exceeds 50 million assigned identifiers |url=https://doi.org/news/DOINewsApr11.html#1 |url-status=live |archive-url=https://web.archive.org/web/20110727193513/https://www.doi.org/news/DOINewsApr11.html |archive-date=27 July 2011 |access-date=3 July 2011 |website=Doi.org}}</ref>

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

10:49, 9 November 2023ৰ সংস্কৰণ

ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ
Acronym DOI
Organisation International DOI Foundation
Introduced ২০০০; ২৪ বছৰ  আগতে (2000)
Example 10.1000/182
Website www.doi.org

ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ (ইংৰাজী: Digital object identifier) বা DOI হৈছে ইলেক্ট্ৰনিক নথিপত্ৰ বা প্ৰকাশন চিনাক্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচন (International Organization for Standardization, চমুকৈ ISO)ৰ দ্বাৰা প্ৰত্যায়িত কৰা এটা নিৰ্দিষ্ট সংখ্যা।[1] এই নম্বৰৰ সৈতে নথিটোৰ সৈতে জড়িত বিভিন্ন মেটাডাটা সংলগ্ন কৰা হয়। এই মেটাডাটাত নথিটোৰ অৱস্থান, যেনে নথিটো বিচাৰি পোৱা ইউআৰএল (URL) বা ৱেব ঠিকনা ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। কোনো এটা নথিৰ মেটাডাটা সলনি হ'ব পাৰে যদিও তাৰ doi সংখ্যা অপৰিৱৰ্তনীয়। যিকোনো এটা নথি (যেনে কিতাপ বা লেখা) এটা doi নম্বৰৰ দ্বাৰা চিনাক্ত কৰা বা আঙুলিয়াই দিয়াটো কেৱল এটা ইউআৰএল (URL) লৈ আঙুলিয়াই দিয়াতকৈ বহুত বেছি নিৰ্ভৰযোগ্য। কাৰণ ইউআৰএল সহজে সলনি হ’ব পাৰে, আৰু তাৰ ফলত নথিটো বিচাৰি পোৱাটো কঠিন হৈ পৰে। কিন্তু যদি এটা doi নম্বৰ থাকে, প্ৰকাশকে তেতিয়া কেৱল doi নম্বৰৰ মেটাডাটাৰ পৰা ইউআৰএল আপডেট কৰিব পাৰে।[2][3][4]

ইউআৰএল (URL)ৰ দৰে DOI ব্যৱস্থা সকলোৰে বাবে মুকলি নহয়। DOI সংস্থাৰ সৈতে চুক্তিবদ্ধভাৱে জড়িতসকলেহে doi নম্বৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে। আৰু এই সংযোগৰ বাবে সদস্যপদ মাচুল দিব লাগে।[5]refউদ্ধৃতি ত্ৰুটি: </ref> বন্ধ কৰা হৈছে; <ref> টেগৰ বাবে পোৱা নাই ২০০০ চনৰ শেষৰ ফালৰ পৰা এই ব্যৱস্থাটো প্ৰকাশৰ ক্ষেত্ৰত বিকশিত আৰু সম্প্ৰসাৰণ কৰা হৈছে। ২০১১ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি প্ৰায় ৪,০০০ সংস্থাই প্ৰায় ৫০ লাখ doi নম্বৰ জাৰি কৰিছে।[6]

তথ্য সংগ্ৰহ

  1. "ISO 26324:2012(en), Information and documentation – Digital object identifier system". ISO. https://www.iso.org/obp/ui/#iso:std:iso:26324:ed-1:v1:en। আহৰণ কৰা হৈছে: 20 April 2016. 
  2. Witten, Ian H.; Bainbridge, David; Nichols, David M. (2010) (en ভাষাত). How to Build a Digital Library (2nd সম্পাদনা). Morgan Kaufmann. পৃষ্ঠা. 352–253. ISBN 978-0-12-374857-7. 
  3. Langston, Marc; Tyler, James (2004). "Linking to Journal Articles in an Online Teaching Environment: The Persistent Link, DOI, and OpenURL" (en ভাষাত). The Internet and Higher Education খণ্ড 7 (1): 51–58. doi:10.1016/j.iheduc.2003.11.004. 
  4. "How the "Digital Object Identifier" Works" (en ভাষাত). BusinessWeek. 2001-07-23. http://www.businessweek.com/magazine/content/01_30/b3742032.htm। আহৰণ কৰা হৈছে: 2010-04-20. "Assuming the publishers do their job of maintaining the databases, these centralized references, unlike current web links, should never become outdated or broken" 
  5. Davidson, Lloyd A.; Douglas, Kimberly (December 1998). "Digital Object Identifiers: Promise and problems for scholarly publishing". Journal of Electronic Publishing খণ্ড 4 (2). doi:10.3998/3336451.0004.203. </
  6. "DOI News, April 2011: 1. DOI System exceeds 50 million assigned identifiers". Doi.org. 20 April 2011. https://doi.org/news/DOINewsApr11.html#1। আহৰণ কৰা হৈছে: 3 July 2011.