বিজ্ঞাপন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
[[File:Cocacola-5cents-1900 edit1.jpg|thumb|১৮৯০ দশকৰ এক [[কোকাকোলা]]ৰ বিজ্ঞাপন ]]
[[File:Cocacola-5cents-1900 edit1.jpg|thumb|১৮৯০ দশকৰ এক [[কোকাকোলা]]ৰ বিজ্ঞাপন ]]
'''বিজ্ঞাপন''' হৈছে এক জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোচনী, টেলিলভিছন, ৰেডিও, ইন্টাৰনেট, বিলবৰ্ড, ভিডিও গেম, দেৱাল লিখন, প'ষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি। বিজ্ঞাপনবোৰ সাধাৰণতে বস্তু বা সেৱাৰ নিৰ্মাতাৰ হৈ একোটা বিজ্ঞাপন সংস্থাই নিৰ্মান আৰু প্ৰচাৰ কৰে। নিৰ্মাতা সকলে তেওঁলোকৰ বস্তু/সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট টকা খৰছ কৰে।

{{-}}
আৱিস্কৃত সমল অনুযায়ী বিজ্ঞাপনৰ আৰম্ভণি হৈছিল প্ৰায় খৃষ্টপূৰ্ব সাতশ বছৰ আগতে চীনৰ ইনান{{-}}নগৰত।
{{Advertising-stub}}
{{Advertising-stub}}
[[শ্ৰেণী:অৰ্থনীতি]]
[[শ্ৰেণী:অৰ্থনীতি]]

04:04, 23 January 2020ৰ সংস্কৰণ

১৮৯০ দশকৰ এক কোকাকোলাৰ বিজ্ঞাপন

বিজ্ঞাপন হৈছে এক জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোচনী, টেলিলভিছন, ৰেডিও, ইন্টাৰনেট, বিলবৰ্ড, ভিডিও গেম, দেৱাল লিখন, প'ষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি। বিজ্ঞাপনবোৰ সাধাৰণতে বস্তু বা সেৱাৰ নিৰ্মাতাৰ হৈ একোটা বিজ্ঞাপন সংস্থাই নিৰ্মান আৰু প্ৰচাৰ কৰে। নিৰ্মাতা সকলে তেওঁলোকৰ বস্তু/সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট টকা খৰছ কৰে।

আৱিস্কৃত সমল অনুযায়ী বিজ্ঞাপনৰ আৰম্ভণি হৈছিল প্ৰায় খৃষ্টপূৰ্ব সাতশ বছৰ আগতে চীনৰ ইনান
নগৰত।