শেলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী: 1 নং শাৰী:
'''শেলাই'''({{lang-en|Algae}}) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক [[উদ্ভিদ]] ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়৷ বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে৷<ref name="গ্ৰন্থ ১" />
'''শেলাই'''({{lang-en|Algae}}) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক [[উদ্ভিদ]] ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়। বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে।<ref name="গ্ৰন্থ ১" />


==বাসস্থান==
==বাসস্থান==
শেলাইবিলাক প্ৰধানত: জলজ৷ ইহঁতে লৱণ আৰু অলৱণ [[পানী]]ত বা অপৰিষ্কাৰ দুৰ্গন্ধময় [[পানী]]ত ওপঙি থাকে অথবা [[পানী]]ত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷ কিছুমানে [[উদ্ভিদ]] বা [[প্ৰাণী]]ৰ দেহত অন্তৰ (endophyte)[[উদ্ভিদ]] হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷ কোনো কোনো ক্ষেত্ৰত শেলাই [[ভেঁকুৰ]]ৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷<ref name="গ্ৰন্থ ১" />
শেলাইবিলাক প্ৰধানত: জলজ। ইহঁতে লৱণ আৰু অলৱণ [[পানী]]ত বা অপৰিষ্কাৰ দুৰ্গন্ধময় [[পানী]]ত ওপঙি থাকে অথবা [[পানী]]ত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে। কিছুমানে [[উদ্ভিদ]] বা [[প্ৰাণী]]ৰ দেহত অন্তৰ (endophyte)[[উদ্ভিদ]] হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে। কোনো কোনো ক্ষেত্ৰত শেলাই [[ভেঁকুৰ]]ৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়।<ref name="গ্ৰন্থ ১" />
[[File:Gephyrocapsa oceanica color.jpg|thumb|300px|False-color [[Scanning electron micrograph]] of the unicellular [[coccolithophore]], ''[[Gephyrocapsa]] oceanica''.]]
[[File:Gephyrocapsa oceanica color.jpg|thumb|300px|False-color [[Scanning electron micrograph]] of the unicellular [[coccolithophore]], ''[[Gephyrocapsa]] oceanica''.]]
==দেহৰ গঠন==
==দেহৰ গঠন==


শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে৷ এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে৷ বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়৷<ref name="গ্ৰন্থ ১" />
শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে। এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে। বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়।<ref name="গ্ৰন্থ ১" />


==কোষৰ গঠন==
==কোষৰ গঠন==


শেলাইৰ [[কোষ]] সংকোষকেন্দ্ৰীয় (eukaryotic) হয়৷ প্ৰতিটো [[কোষ]] এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে৷ বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত৷ [[কোষ]]ত এক বা একাধিক [[কোষকেন্দ্ৰ]],কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে৷ কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে৷<ref name="গ্ৰন্থ ১" />
শেলাইৰ [[কোষ]] সংকোষকেন্দ্ৰীয় (eukaryotic) হয়। প্ৰতিটো [[কোষ]] এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে। বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত। [[কোষ]]ত এক বা একাধিক [[কোষকেন্দ্ৰ]],কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে। কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে।<ref name="গ্ৰন্থ ১" />


==ৰঞ্জক পদাৰ্থ==
==ৰঞ্জক পদাৰ্থ==


বিভিন্নধৰণৰ ৰঞ্জক [[পদাৰ্থ]] (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়৷ ৰঞ্জক [[পদাৰ্থ]]বোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম৷ কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে৷ এইবিলাক [[প্ৰটিন]]ৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে৷<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৩৪৪ </ref>
বিভিন্নধৰণৰ ৰঞ্জক [[পদাৰ্থ]] (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়। ৰঞ্জক [[পদাৰ্থ]]বোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম। কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে। এইবিলাক [[প্ৰটিন]]ৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে।<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম। পৃষ্ঠা ৩৪৪ </ref>
==সঞ্চিত খাদ্য==
==সঞ্চিত খাদ্য==


শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে [[কাৰ্ব'হাইড্ৰেট]] থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত [[কাৰ্ব'হাইড্ৰেট]]ৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি৷ বিভিন্ন ধৰণৰ [[কাৰ্ব'হাইড্ৰেট]]ৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ [[কোষ]]ত সঞ্চিত খাদ্যৰূপে থাকে৷<ref name="গ্ৰন্থ ১" />
শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে [[কাৰ্ব'হাইড্ৰেট]] থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত [[কাৰ্ব'হাইড্ৰেট]]ৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি। বিভিন্ন ধৰণৰ [[কাৰ্ব'হাইড্ৰেট]]ৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ [[কোষ]]ত সঞ্চিত খাদ্যৰূপে থাকে।<ref name="গ্ৰন্থ ১" />


==প্ৰজনন==
==প্ৰজনন==
24 নং শাৰী: 24 নং শাৰী:
শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-
শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-


#অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে৷ বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ [[প্ৰকৃতি]]ৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে৷
#অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে। বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ [[প্ৰকৃতি]]ৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে।
#অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ [[ৰেণু]]ৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে৷ এই [[ৰেণু]]বিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি৷,
#অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ [[ৰেণু]]ৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে। এই [[ৰেণু]]বিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি। ,
#যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে৷ মিলিত হোৱা জননকোষ দুটা একে [[উদ্ভিদ]] সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে৷ শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
#যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে। মিলিত হোৱা জননকোষ দুটা একে [[উদ্ভিদ]] সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে। শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
*সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে৷ সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে৷https://www.irs.gov/refunds#
*সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে। সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে। https://www.irs.gov/refunds#
*অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে৷ অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে৷
*অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে। অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে।
*উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে৷ এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg) টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়৷<ref name="গ্ৰন্থ ১" />
*উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে। এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg)টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়।<ref name="গ্ৰন্থ ১" />


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

04:12, 11 June 2020ৰ সংস্কৰণ

শেলাই(ইংৰাজী: Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়। বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে।[1]

বাসস্থান

শেলাইবিলাক প্ৰধানত: জলজ। ইহঁতে লৱণ আৰু অলৱণ পানীত বা অপৰিষ্কাৰ দুৰ্গন্ধময় পানীত ওপঙি থাকে অথবা পানীত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে। কিছুমানে উদ্ভিদ বা প্ৰাণীৰ দেহত অন্তৰ (endophyte)উদ্ভিদ হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে। কোনো কোনো ক্ষেত্ৰত শেলাই ভেঁকুৰৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়।[1]

False-color Scanning electron micrograph of the unicellular coccolithophore, Gephyrocapsa oceanica.

দেহৰ গঠন

শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে। এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে। বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়।[1]

কোষৰ গঠন

শেলাইৰ কোষ সংকোষকেন্দ্ৰীয় (eukaryotic) হয়। প্ৰতিটো কোষ এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে। বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত। কোষত এক বা একাধিক কোষকেন্দ্ৰ,কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে। কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে।[1]

ৰঞ্জক পদাৰ্থ

বিভিন্নধৰণৰ ৰঞ্জক পদাৰ্থ (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়। ৰঞ্জক পদাৰ্থবোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম। কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে। এইবিলাক প্ৰটিনৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে।[1]

সঞ্চিত খাদ্য

শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে কাৰ্ব'হাইড্ৰেট থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত কাৰ্ব'হাইড্ৰেটৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি। বিভিন্ন ধৰণৰ কাৰ্ব'হাইড্ৰেটৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ কোষত সঞ্চিত খাদ্যৰূপে থাকে।[1]

প্ৰজনন

শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-

  1. অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে। বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ প্ৰকৃতিৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে।
  2. অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ ৰেণুৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে। এই ৰেণুবিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি। ,
  3. যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে। মিলিত হোৱা জননকোষ দুটা একে উদ্ভিদ সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে। শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
  • সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে। সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে। https://www.irs.gov/refunds#
  • অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে। অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে।
  • উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে। এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg)টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়।[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম। পৃষ্ঠা ৩৪৪


বাহ্যিক সংযোগ