ৰসায়ন বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
{{science stub}}
{{science stub}}
{{Unreferenced}}


'''ৰসায়ন বিজ্ঞান''' হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত [[পদাৰ্থ]]ৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘ্টা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক [[জৈৱ ৰসায়ন]], [[অজৈৱ ৰসায়ন]] আৰু [[ভৌত ৰসায়ন]] এই তিনি ভাগত ভগাব পাৰি। [[ৰবাৰ্ট বয়ল]] নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিছাপে প্ৰতিষ্ঠা কৰাত প্ৰভুত অৰিহণা যোগায় যদিও [[এণ্টন লেভয়ছিয়াৰ]]কহে '''আধুনিক ৰসায়নৰ পিতা''' বুলি অভিহিত কৰা হয়।
'''ৰসায়ন বিজ্ঞান''' হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত [[পদাৰ্থ]]ৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক [[জৈৱ ৰসায়ন]], [[অজৈৱ ৰসায়ন]] আৰু [[ভৌত ৰসায়ন]] এই তিনি ভাগত ভগাব পাৰি। [[ৰবাৰ্ট বয়ল]] নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰভুত অৰিহণা যোগায় যদিও [[এণ্টন লেভয়ছিয়াৰ]]কহে '''আধুনিক ৰসায়নৰ পিতা''' বুলি অভিহিত কৰা হয়।
[[চিত্ৰ:Explained Atom.svg|right|thumb|300px|]]
[[চিত্ৰ:Explained Atom.svg|right|thumb|300px|]]
ৰসায়ন বিজ্ঞানৰ ইংৰাজী ভাষাৰ Chemistry শব্দটো গ্ৰীক শব্দ ‘Alchemy’ৰ পৰা উৎপত্তি হৈছে।
ৰসায়ন বিজ্ঞানৰ ইংৰাজী ভাষাৰ Chemistry শব্দটো গ্ৰীক শব্দ ‘Alchemy’ৰ পৰা উৎপত্তি হৈছে।
7 নং শাৰী: 8 নং শাৰী:


[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]
'''ৰসায়ন বিজ্ঞান'''

12:08, 17 January 2021ৰ সংস্কৰণ

ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি। ৰবাৰ্ট বয়ল নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰভুত অৰিহণা যোগায় যদিও এণ্টন লেভয়ছিয়াৰকহে আধুনিক ৰসায়নৰ পিতা বুলি অভিহিত কৰা হয়।

ৰসায়ন বিজ্ঞানৰ ইংৰাজী ভাষাৰ Chemistry শব্দটো গ্ৰীক শব্দ ‘Alchemy’ৰ পৰা উৎপত্তি হৈছে।