সমললৈ যাওক

বিষ্ণু দে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিষ্ণু দে
জন্ম ১৮ জুলাই, ১৯০৯
মৃত্যু ৩ ডিচেম্বৰ, ১৯৮২

বিষ্ণু দে (ইংৰাজী: Bishnu Dey) হৈছে এগৰাকী বিখ্যাত বাংলা কবি,লেখক আৰু চলচিত্ৰ সমালোচক।

১৮ জুলাই, ১৯০৯ চনত এখেতৰ জন্ম হয়।

  1. বিষ্ণু দেই কলিকতাৰ মিত্ৰ প্ৰতিষ্ঠান আৰু সংস্কৃত কলেজিয়েট স্কুলত অধ্যয়ন কৰিছিল।
  2. ১৯২৭ চনত মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ কলিকতাৰ বাংগাবাচী মহাবিদ্যালয়ৰ পৰা আই. এ. কৰিবলৈ গৈছিল।
  3. কলিকতাৰ ছেইণ্ট পলচ কেথেড্ৰেল মিছন কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে।
  4. কলিকতাৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]
  1. ১৯৩৫ চনত তেওঁ কলিকতাৰ ৰিপন কলেজত যোগদান কৰে।
  2. কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যাপনা কৰিছিল।
  3. কলিকতাৰ মৌলানা আজাদ কলেজতও অধ্যাপনা কৰিছিল।

সাহিত্যৰাজি

[সম্পাদনা কৰক]
  1. চোৰা বালি (১৯৩৮)
  2. পূৰ্ব লেখ (১৯৪০)
  3. চেণ্ডিপাৰ ছাৰ (১৯৪৭)
  4. অনিস্তা (১৯৫০)
  5. নাম ৰেখাচি কোমল গান্ধাৰ (১৯৫০)
  6. দা পেইণ্টিংছ অফ ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯৫৮)
  7. আৰ্ট অফ জামিনি ৰয় (১৯৮৮)

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  1. ১৯৬৫ চনত বাংলা ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।
  2. ১৯৭১ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা লাভ কৰে।

১৯৮২ চনৰ ৩ ডিচেম্বৰ তাৰিখে এইজনা ব্যক্তিয়ে ইহলীলা সম্বৰন কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]