বীৰকুছি
অৱয়ব
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
বীৰকুছি গুৱাহাটীৰ নাৰেংগী অঞ্চলৰ এখন উপকণ্ঠীয় অঞ্চল। নাৰেংগীৰ পূৱে ১.৫ কিলোমিটাৰত বীৰকুছি তিনিআলি অৱস্থিত।[1] বৃহত্তৰ বীৰকুছিদুৰ্গা পূজা উপলক্ষে পূজাৰ লগত সংগতি ৰাখি প্ৰকাশ পোৱা মুখপত্ৰ এখনি প্ৰতি বছৰে প্ৰকাশ পাই আহিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ প্ৰীতিমা কৌশিক (২০২২). শতৰুপা. প্ৰকাশক গুৱাহাটী: বীৰকুছি দুৰ্গাপূজা সমিটি.