বীৰবল
বীৰবল | |
---|---|
সম্ৰাট আকবৰৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী
| |
![]() | |
বীৰবল | |
দাম্পত্য সঙ্গী | উৰ্ব্বশী দেৱী |
সন্তান | |
সৌদামিনী | |
পেছা | মগল সম্ৰাট আকবৰৰ প্ৰধান মন্ত্ৰী |
বীৰবল (১৯২৮-১৫৮৬) ভাৰতৰ বুন্দেলখণ্ডত এজন ব্ৰাহ্মণ পণ্ডিতৰ ঘৰত জন্মগ্ৰহণ কৰে৷ তেওঁ মহেশ দাস, বীৰবল বা ৰাজা বীৰবল নামেৰেও পৰিচিত। সম্ৰাট আকবৰৰ সান্নিধ্য লাভ কৰি তেওঁ বীৰবল উপাধি পাইছিল। বীৰবলৰ অৰ্থ হ’ল- জ্ঞানী। তেওঁৰ উপস্থিতি বুদ্ধি, পাণ্ডিত্য, ৰসিকতা আদি সৰ্বগুণৰ বাবে তেওঁক মগল সম্ৰাট আকবৰে প্ৰধান মন্ত্ৰী পাতিছিল।[1]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ সুৰেন্দ্ৰ কুমাৰ দাস (দ্বিতীয় সংস্কৰণ ২০১২). বীৰবলৰ সাধু.