ব্ৰিটিছ
অৱয়ব
(বৃটিছৰ পৰা পুনঃনিৰ্দেশিত)
ব্ৰিটিছ শব্দই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে:
- ব্ৰিটিছ লোক, যুক্তৰাজ্যৰ নাগৰিক
- ব্ৰিটিছ ইংৰাজী ভাষা, গ্ৰেট ব্ৰিটেইনত প্ৰচলিত ইংৰাজী ভাষা
- তলৰ অঞ্চলসমূহৰ লগত জড়িত ব্যক্তি বা সামগ্ৰী:
- গ্ৰেট ব্ৰিটেইন, এক দ্বীপ অঞ্চল
- যুক্তৰাজ্য, এখন সাৰ্বভৌম ৰাষ্ট্ৰ
- স্বাধীনতাৰ পূৰ্বৰ ভাৰত:
- ব্ৰিটিছ ৰাজ, (১৮৫৮-১৯৪৭) ভাৰতীয় উপমহাদেশত ব্ৰিটিছৰ ঔপনিবেশিক শাসন
- অসমত ব্ৰিটিছ ৰাজত্ব, অসমত ব্ৰিটিছৰ ঔপনিবেশিক শাসন
- ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, ব্যৱসায়ীক কোম্পানী
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |