ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয়
অৱয়ব
| ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৯৩ |
| ধৰণ | ৰাজহুৱা |
| স্থান | বকুলগুৰি, লখিমপুৰ জিলা, অসম, ভাৰতবৰ্ষ |
| ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| ৱেবছাইট | www |
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় (Brahmaputra Degree College) অসমৰ লখিমপুৰ জিলাৰ,বকুলগুৰি নামৰ ঠাইত অৱস্থিত। এইখন এখন সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে। ১৯৯৩ চনত বৃহত্তৰ বকুলগুৰি অঞ্চলৰ উচ্চশিক্ষা আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলৰ স্বাৰ্থত মহাবিদ্যালয়খন স্থাপন কৰা হয়।[1]
বিভাগ
[সম্পাদনা কৰক]কলা
[সম্পাদনা কৰক]- অসমীয়া
- ইংৰাজী
- ইতিহাস
- শাৰীৰিক শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- ভূগোল
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated College of Dibrugarh University". Archived from the original on 2020-05-11. https://web.archive.org/web/20200511203812/https://dibru.ac.in/academics/colleges। আহৰণ কৰা হৈছে: 2020-06-11.
- ↑ "Brahmaputra Degree College". Shiksha.com. https://www.shiksha.com/college/brahmaputra-degree-college-north-lakhimpur-104649/courses/ba-bc। আহৰণ কৰা হৈছে: 19 December 2024.