সমললৈ যাওক

ভবেশ কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৱেশ কলিতা
অসম বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৬
পূৰ্বসূৰী ঘনশ্যাম কলিতা
সমষ্টি ৰঙিয়া

ভবেশ কলিতা (জন্ম ১ মাৰ্চ ১৯৭২) ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰী পৰ্য্যন্ত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক প্ৰদেশৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1][2] ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ নিৰ্বাচিত হয়।[3][4] [5] [6] ১৯৯১ চনত বিজেপিত যোগদান কৰি ২০০৬ চনৰ পৰা ২০১১ চনলৈ বিজেপিত,অসম ৰাজ্যিক প্ৰদেশৰ সম্পাদক আৰু ২০১১ চনৰ পৰা সাধাৰণ সম্পাদক আছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে তেওঁ জলসিঞ্চনৰ ৰাজ্যিক মন্ত্ৰী(স্বাধীন দায়িত্ব) আৰু সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰে।[7] [8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Bhabesh Kalita appointed Assam BJP President". প্ৰকাশক Guwahati: The Assam TribuneThe Assam Tribune. 26 June 2021. https://assamtribune.com/guwahati/bhabesh-kalita-appointed-assam-bjp-president-1106457। আহৰণ কৰা হৈছে: 13 April 2025. 
  2. "Assam: Dilip Saikia takes charge as BJP’s new State President, replaces Bhabesh Kalita". প্ৰকাশক Assam: The SentinelThe Sentinel Assam. 17 January 2025. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-dilip-saikia-takes-charge-as-bjps-new-state-president-replaces-bhabesh-kalita। আহৰণ কৰা হৈছে: 13 April 2025. 
  3. "Rangia Election Result 2021 Live Updates: Bhabesh Kalita of BJP Wins". প্ৰকাশক Rangia: Network18News18. 2 May 2021. https://www.news18.com/news/politics/rangia-election-result-2021-live-updates-rangia-winner-loser-leading-trailing-mla-margin-3695279.html। আহৰণ কৰা হৈছে: 13 April 2025. 
  4. Wait for AGP Anchalik, Trinamool BJP: rebels
  5. "Government to implement DDU-GKY for uplift of weaker sections: CM". Archived from the original on 2016-10-26. https://web.archive.org/web/20161026143014/http://www.sentinelassam.com/state2/story.php?sec=2&subsec=14&id=283626&dtP=2016-10-06&ppr=1। আহৰণ কৰা হৈছে: 2016-10-25. 
  6. "BJP's State executive meet on Oct 5". Archived from the original on 2016-10-26. https://web.archive.org/web/20161026143009/http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=283472&dtP=2016-10-04&ppr=1। আহৰণ কৰা হৈছে: 2016-10-25. 
  7. "MLA Bhabesh Kalita Appointed as New Assam BJP President". https://www.sentinelassam.com/topheadlines/mla-bhabesh-kalita-appointed-as-new-assam-bjp-president-544436। আহৰণ কৰা হৈছে: 2021-07-22. 
  8. "BJP appoints MLA Bhabesh Kalita in-charge of Assam". https://www.indiatoday.in/india/story/bjp-nadda-appoints-bhabesh-kalita-assam-sharda-devi-manipur-president-1819735-2021-06-26। আহৰণ কৰা হৈছে: 2021-07-22.