ভাৰতীয় কাৰ্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতীয় কাৰ্প বুলিলে কেইবাটাও মাছৰ প্ৰজাতিক বুজায়:

  • Catla catla, প্ৰধান (ভাৰতীয়) কাৰ্প বা বাহু মাছ, দক্ষিণ এচিয়াৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাৰ্প পৰিয়ালৰ এবিধ নিৰ্মল পানীৰ মাছ।
  • Cirrhinus cirrhosus, মিৰিকা মাছ, ভাৰতীয় নদীত পোৱা কাৰ্প পৰিয়ালৰ এবিধ থলুৱা মাছ।
  • Labeo rohita, ৰৌ মাছ, দক্ষিণ এচিয়াৰ নদীত পোৱা এবিধ কাৰ্প পৰিয়ালৰ মাছ।

লগতে চাওক[সম্পাদনা কৰক]